অংগনবাড়ী সেৱা
যেনে-
• অনানুষ্ঠানিক প্ৰাক- প্ৰাথমিক শিক্ষা
• পৰিপূৰক পুষ্টি প্ৰদান
• পুষ্টি আৰু স্বাস্থ্য শিক্ষা
• প্ৰতিষেধক প্ৰদান
• স্বাস্থ্য পৰীক্ষা আৰু...
• ৰেফাৰেল সেৱা
উদ্দেশ্য
• ০-৬ বছৰ বয়সৰ শিশুৰ পুষ্টি আৰু স্বাস্থ্যৰ অৱস্থা উন্নত কৰা;
• শিশুৰ সঠিক মানসিক, শাৰীৰিক আৰু সামাজিক বিকাশৰ ভেটি স্থাপন কৰা;
• মৃত্যু, ৰোগ, পুষ্টিহীনতা আৰু স্কুল এৰাৰ প্ৰাদুৰ্ভাৱ হ্ৰাস কৰা;
• শিশুৰ বিকাশৰ বাবে বিভিন্ন বিভাগৰ মাজত নীতি আৰু ৰূপায়ণৰ ফলপ্ৰসূ সমন্বয় সাধন কৰা; আৰু
•মাতৃসকলৰ নিজৰ সাধাৰণ স্বাস্থ্য আৰু পুষ্টিগত প্ৰয়োজন প্ৰকৃত পুষ্টি আৰু স্বাস্থ্য শিক্ষাৰ যোগেদি দেখা শুনা কৰাৰ যোগ্যতা বঢ়োৱা।
হিতাধিকাৰী আৰু সেৱা
৩ বছৰৰ তলৰ শিশু
i) অতিৰিক্ত পুষ্টি
ii) বৃদ্ধি নিৰীক্ষণ
iii) ৰোগ প্ৰতিষেধক
iv) স্বাস্থ্য পৰীক্ষা
v) উল্লিখিত সেৱাসমূহ
৩ বছৰৰ পৰা ৬ বছৰ বয়সৰ শিশু
i) অনানুষ্ঠানিক প্রাক্-বিদ্যালয়
শিক্ষা
ii) অতিৰিক্ত পুষ্টি
iii) বৃদ্ধি নিৰীক্ষণ
iv) ৰোগ প্ৰতিষেধক
(v) স্বাস্থ্য পৰীক্ষা
vi) স্বাস্থ্য উল্লিখিত সেবাসমূহ
গর্ভৱর্তী তথা প্ৰসূতি মাতৃ সেৱাসমূহ
i) স্বাস্থ্য সেবা
ii) গৰ্ভৱতী মহিলাৰ টিটেনাচ টক্সাইড প্রতিষেধক
iii) অতিৰিক্ত পুষ্টি
iv) পুষ্টি আৰু স্বাস্থ্য সেবা
অন্যান্য মহিলা ১৫-৪৫ বছৰ বয়সৰ
১১-১৮ বছৰৰ ভিতৰৰ কিশোৰী ছোৱালী
-পুষ্টি আৰু স্বাস্থ্য জ্ঞান
-IFA অতিৰিক্ত পুষ্টি যোগান আৰু
কৃমি নাশক মধ্যস্থতাকৰণ
-অনানুষ্ঠানিক শিক্ষা
-ঘৰুৱা কৌশল প্রশিক্ষণ আৰু
বৃত্তিমূলক প্রশিক্ষণ
- অতিৰিক্ত পুষ্টি
Tags:
anganwadi