খেলা-ধূলা আৰু প্ৰাথমিক শিক্ষাত ইয়াৰ গুৰুত্ব

বিষয়: খেলা-ধূলা আৰু প্ৰাথমিক  শিক্ষাত ইয়াৰ গুৰুত্ব              


Pinki Kalita (Aww)

            www.guwahatipedia.com



Assamese
খেলা-ধূলা, অন্বেষণ, আৰু হাতে কামে শিক্ষণক প্ৰসাৰিত কৰা খেলৰ সুযোগ আৰু পৰিৱেশ অংগনবাড়ী কেন্দ্ৰসমূহৰ মূল উদ্দেশ্য হ’ব লাগে।
খেলৰ যোগেদি শিশুসকলে সিদ্ধান্ত ল'বলৈ, আত্মনিয়ন্ত্ৰণ কৰিবলৈ, সমস্যা সমাধান কৰিবলৈ, নীতি-নিয়ম মানি চলিবলৈ শিকিছে।
মুক্ত খেলে শিশুসকলক নিজৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰাৰ, ইজনে সিজনৰ সৈতে যোগাযোগ কৰাৰ, সমনীয়াৰ সৈতে একেলগে খেলা, কল্পনা কৰা, নিজৰ কল্পনা প্ৰকাশ কৰা আৰু নিজৰ চৌপাশ অন্বেষণ কৰাৰ সুযোগ প্ৰদান কৰে।
যেতিয়া কোনো অংগনৱাড়ী কৰ্মীয়ে এক বিশেষ ধৰণে খেল খেলিবলৈ পৰিকল্পনা কৰে, তেতিয়া তেওঁ ইয়াক আৰম্ভ কৰে আৰু পৰিচালনা কৰে, ইয়াক নিৰ্দেশিত খেল বুলি কোৱা হয়।
English
Play opportunities and environments that promote play, exploration, and hands-on learning should be at the core of Anganwadi centres.
Through play, children are learning to make decisions, exercise self-control, problem-solve, and follow rules.
Free play provides opportunities for children to express their thoughts and feelings, interact with each other, play together with peers, imagine, express their imagination, and explore their surroundings.
When an Anganwadi worker plans to play a game in a particular way, she then initiates and guides it, this is called guided play.

Reference- ECCE training for AWW assam.

1 Comments

Previous Post Next Post

Contact Form