World Environment Day গছ ভালপোৱা ককাৰ খং By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা? আলহী-অতিথি যাব ৰভা নাইকিয়া হ'ব বোৱাৰীয়ে ঘৰখন দিবহি পূবাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘুৰাই? দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি, ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION OF WORLD ENVIRONMENT DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiLc9xM-JOPmm7TCeMcjSzOd2VdgP4GZSgpDucRsWAe_GiQWEIjKtGOcx9hyoH17nxFwD9dRChvFUEuBppvvTLQW8BcOQcXDwS7Ok6WPjqhj7YgjS4PkOrtGv7nmytD72mLynH7cOVyh-o1dl9SHG7spzvDhMEx07J8vtWM8mswYpFvWi9jMep3hyphenhyphenPJtN4/s16000/3592045f-db3d-4d3d-8e2c-6ec6bc964aef.png)
World Environment Day

গছ ভালপোৱা ককাৰ খং
By - (ড° ভবেন্দ্র নাথ শইকীয়া)
ভাল পালোঁ ৰঘুনাথ
তুমি মোক পুতেৰাৰ
বিয়ালৈ মাতিলা,
পিছে ৰভাখন
দিবলৈকে
আমলখি
গছজোপা কিয়নো কাটিলা?
আলহী-অতিথি যাব
ৰভা নাইকিয়া হ'ব
বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,
পিছে কোৱাচোন ৰঘুনাথ
আমলখি গছজোপা
সহজতে পাবানে ঘুৰাই?
দৰাটিক মাতাচোন
এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ,
গছজোপা কটা বাবে লুচি-ভাজি,
ৰসগোল্লা একোকে নাখাওঁ।
OBSERVATION OF WORLD ENVIRONMENT DAY
On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations.
Comments
Post a Comment