Skip to main content

Posts

Showing posts with the label cognitive development

World Environment Day

World Environment Day গছ  ভালপোৱা  ককাৰ  খং   By - (ড° ভবেন্দ্র নাথ শইকীয়া ) ভাল পালোঁ ৰঘুনাথ  তুমি মোক পুতেৰাৰ  বিয়ালৈ মাতিলা,  পিছে ৰভাখন  দিবলৈকে  আমলখি  গছজোপা কিয়নো কাটিলা?  আলহী-অতিথি যাব  ৰভা নাইকিয়া হ'ব  বোৱাৰীয়ে ঘৰখন দিবহি পূবাই,  পিছে কোৱাচোন ৰঘুনাথ  আমলখি গছজোপা  সহজতে পাবানে ঘুৰাই?  দৰাটিক মাতাচোন এজোলোকা আশীর্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটা বাবে লুচি-ভাজি,  ৰসগোল্লা একোকে নাখাওঁ। OBSERVATION  OF  WORLD ENVIRONMENT  DAY On this World Environment Day, let's pledge to protect and nurture our planet. Every tree we plant, every drop of water we save, helps create a greener, healthier Earth. Together, we can ensure nature’s beauty and balance for future generations . www.guwahatipedia.com

Early Childhood Care

Child care in early childhood is a crucial aspect of a child's development, providing a nurturing and supportive environment that fosters their physical, emotional, social, and cognitive growth. It plays a significant role in shaping the foundation for a child's future well-being and success. Early childhood care encompasses a range of settings, including daycare centers, preschools, and home-based care, where trained professionals or caregivers facilitate a safe and stimulating space for children. www.guwahatipedia.com   In these child care settings, professionals understand the importance of creating an environment that promotes learning through play, exploration, and interaction with peers. They design age-appropriate activities that stimulate children's curiosity, creativity, and problem-solving skills. Additionally, child care providers foster language development by engaging in meaningful conversations and storytelling, which enhances communication skills crucial for

বৌদ্ধিক বিকাশ

বৌদ্ধিক বিকাশৰ মৌলিক কৌশলসমূহ হ’'ল- পৰ্যবেক্ষণ আৰু স্মৃতি শক্তিৰ বিকাশ ঃ চিনাকি পৰিৱেশৰ কোনো এখন ছবিত নোহোৱা কৰি দিয়া অংশখিনি চিনাক্ত কৰাৰ সামৰ্থৰ বিকাশ কিছু সময়ৰ আগতে দেখা তিনি-চাৰিটা বস্তুৰ নাম মনত ৰাখি ক’ব পৰা|  শ্ৰেণী বিভাজনৰ কৌশলৰ বিকাশ যিকোনো এটা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা, যেনে- আকাৰ, ৰং, আকৃতি আদি ক্ৰম অনুসৰি কৰা চিন্তাশক্তিৰ বিকাশ যিকোনো বস্তু, ছবি কাৰ্ড, সাধু কথা, ঘটনা আদি ক্ৰম অনুসৰি কোৱা, সজোৱাৰ সামৰ্থৰ বিকাশ প্ৰথমৰ পৰা শেষলৈ আৰু পুনৰ শেষৰ পৰা প্ৰথমলৈ ক্ৰমত  চিন্তা কৰাৰ সামৰ্থৰ বিকাশ সাধু বা ঘটনা এটা শুনি পুনৰ সজাই পৰাই ক'ব পৰা যুক্তিসংগত চিন্তা শক্তি আৰু সমস্যা সমাধান কৰা কৌশলৰ বিকাশ ঃ * বস্তুৰ মাজৰ পৰস্পৰ সম্বন্ধ বুজি পোৱা সামৰ্থৰ বিকাশ চিন্তা কৰি সমস্যা সমাধান কৰিব পৰা সামৰ্থৰ বিকাশ * আধা আৰু সম্পূৰ্ণৰ ধাৰণা আয়ত্ত কৰাৰ সামৰ্থৰ বিকাশ * কিছুমান সাধাৰণ সমস্যা বুজি পাই সমাধান কৰাৰ সামৰ্থৰ বিকাশ •দুখন ছবিৰ মাজত থকা অমিলটো বিচাৰি উলিওৱা •পৰিৱেশত পৰ্যবেক্ষণ কৰা বস্তু বা প্রাণীক মনত ৰাখি পুনৰ মনত পেলোৱা কাৰ্যত জড়িত কৰোৱা •তিনিটাৰ পৰা চাৰিটালৈ বস্তু